సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
ఉదాహరణ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
పర్యాయపదాలు : কটল, কাটল, কৰ, কৰ-কাটল, টেক্স, শুল্ক
అర్థం : খেতি-বাতিৰ মাটিত লগোৱা কৰ
ఉదాహరణ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
పర్యాయపదాలు : কটল, কাটল, কৰ, কৰ-কাটল, খেৰাজ, টেক্স, শুল্ক
ఆప్ స్థాపించండి