సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মনোযোগ দিয়া
ఉదాహరణ : বিলাতলৈ যোৱাৰ পিছত মনোজে কেতিয়াও নিজৰ ্গাঁৱৰ মাক-দেউতাকৰ খবৰ লোৱা নাছিল
పర్యాయపదాలు : সোধ
అర్థం : সেই ধৰণৰ কথা যাৰ আলমত অন্য কোনো ডাঙৰ কথা, ঘটনা, ৰহস্য আদিৰ অনুসন্ধান কৰা হয়
ఉదాహరణ : কালি হোৱা বেংক ডকাইতিৰ এতিয়ালৈকে কোনো ধৰণৰ শুংসূত্র বিচাৰি পোৱা নাই
పర్యాయపదాలు : খা-খবৰ, শুংসূত্র
అర్థం : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা
ఉదాహరణ : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল
పర్యాయపదాలు : বতৰা, বাতৰি, সংবাদ, সমাচাৰ, সম্বাদ
అర్థం : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ
ఉదాహరణ : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল
పర్యాయపదాలు : খবৰ বাতৰি, বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ
అర్థం : মুখেৰে কোৱা কোনো সমাচাৰ
ఉదాహరణ : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ
పర్యాయపదాలు : বাতৰি, সন্দেশ
అర్థం : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা
ఉదాహరణ : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে
పర్యాయపదాలు : জাননী, বাতৰি
ఆప్ స్థాపించండి