అర్థం : বহুত বেছি পৰিশ্রম কৰা
ఉదాహరణ :
বনুৱাই দিনৰ দিনটো খাটে আৰু তেতিয়াহে দিনটোৰ দুসাজ ৰুটি যোগাৰ কৰিব পাৰে
అర్థం : কাৰোবাৰ দ্বাৰা বহুত কাম কৰোৱা
ఉదాహరణ :
উর্মিলাই নিজৰ সতিনীৰ জীয়েকক দিনে ৰাতিয়ে ঘৰৰ কামত খটায়
పర్యాయపదాలు : কামত লগোৱা