పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কৰা అనే పదం యొక్క అర్థం.

কৰা   বিশেষ্য

అర్థం : কোনো কাম কৰা কার্য ্বা ভাৱ

ఉదాహరణ : ইংৰাজসকল ইয়াত বেপাৰ কৰাত সফল হʼল

పర్యాయపదాలు : কাম কৰা

কৰা   ক্ৰিয়া

అర్థం : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ఉదాహరణ : আমি দুগোল দিলোঁ

పర్యాయపదాలు : দিয়া, বনোৱা

అర్థం : চৰিতার্থ ্কৰা

ఉదాహరణ : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

పర్యాయపదాలు : পালন কৰা

అర్థం : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য

ఉదాహరణ : শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে

అర్థం : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা

ఉదాహరణ : তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব

పర్యాయపదాలు : লাগি থকা

అర్థం : (ত) লগোৱা বা কৰা

ఉదాహరణ : চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়

అర్థం : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

ఉదాహరణ : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

పర్యాయపదాలు : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

అర్థం : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

ఉదాహరణ : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

పర్యాయపదాలు : বনোৱা, সজোৱা