పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ক্ষেত্র అనే పదం యొక్క అర్థం.

ক্ষেত্র   বিশেষ্য

అర్థం : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে

ఉదాహరణ : কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়

పర్యాయపదాలు : ভাগ

అర్థం : দীঘল আৰু বহল সমতল ভূমি

ఉదాహరణ : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে

పర్యాయపదాలు : পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, প্রান্তৰ, ময়দান

అర్థం : যʼত কোনোৱে সক্রিয় ভাবে থাকে, কাম কৰে, বা কোনো কার্য ্সঞ্চালিত হয় অথবা নিয়ন্ত্রিত হয় তেনেধৰণৰ মানিলোৱা এখন ক্ষেত্র

ఉదాహరణ : তেওঁ শিক্ষাৰ ক্ষেত্রত বহুত আগত আছে

అర్థం : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে

ఉదాహరణ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান

పర్యాయపదాలు : জেগা, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান

అర్థం : মাটিৰ এক খণ্ড

ఉదాహరణ : গ্রাম্য অঞ্চলত এতিয়াও বিদ্যুতৰ সমস্যা হৈ থাকে

పర్యాయపదాలు : অঞ্চল, এলেকা, প্রান্ত, ভূখণ্ড

అర్థం : যি স্থানত কোনো বিশেষ কার্য ্কৰা হয় বা যি স্থান কোনো বিশেষ কামৰ বাবে সংৰক্ষিত

ఉదాహరణ : সৈনিকৰ প্রশিক্ষণ ক্ষেত্রলৈ আমি যাব নোৱাৰো