పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ক্ষীণকায় అనే పదం యొక్క అర్థం.

ক্ষীণকায়   বিশেষণ

అర్థం : যি নিশকতীয়া আৰু পাতল শৰীৰৰ

ఉదాహరణ : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে

పర్యాయపదాలు : কৃশ, কেটেঙা, ক্ষীণ, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, লেৰেলা, শী্র্ণ

అర్థం : যি বহুত ্দুর্বল আৰু ক্ষীণ

ఉదాహరణ : তেওঁ ্বেমাৰৰ কাৰণে ক্ষীণকায় হৈ গৈছে

పర్యాయపదాలు : অস্থি্চর্ম্্সাৰ, কংকালসাৰ, কঙ্কালসাৰ, কিৰকিৰীয়া, কৃশ, খিচিৰা, খীণ-মীন, চঁ্ছালি ওলোৱা, চিঁয়া মৰা, চেৰেলা, চেৰেলা-চেপেটা, জঁ্কাভাৰী, টেটেৰা, টোটোৰা পৰা, নলীয়া, মৰ চেৰেলা, মৰকুচিয়া, মৰা মুগা যেন, মৰা-মূছা, লেৰেলা, লেৰেলা-চেৰেলা, লেৰেলা-ঠেৰেলা, লেৰেলী-ঠেৰেলী (স্ত্রী), শুকান, শুকান-উবান, শোটোৰা পৰা, সোপোৰা, হাড় ছাল, হাড়-খৰাহি, হাড়ত খোৱা