పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ক্ষমতা అనే పదం యొక్క అర్థం.

ক্ষমতা   বিশেষ্য

అర్థం : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

ఉదాహరణ : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

పర్యాయపదాలు : এনার্জি, তেজ, শক্তি

అర్థం : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি

ఉదాహరణ : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ

పర్యాయపదాలు : ধাৰণ ক্ষমতা

అర్థం : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

ఉదాహరణ : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

పర్యాయపదాలు : উপযুক্ততা, যোগ্যতা, সামর্থ্য

అర్థం : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

ఉదాహరణ : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

పర్యాయపదాలు : শক্তি, সামর্থ্য