సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
ఉదాహరణ : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
పర్యాయపదాలు : নিমেষ, পলক
అర్థం : একেবাৰে কম সময়
ఉదాహరణ : স্বামী বিবেকানন্দ কম সময়তে প্রখ্যাত হৈ পৰিছিল
పర్యాయపదాలు : অলপ সময়, কম সময়, খন্তেক
అర్థం : যিটো হিচাপতকৈ কম
ఉదాహరణ : নিজৰ পৰিশ্রমৰ বলত ্তেওঁ কম সময়ৰ ভিতৰতে বহুতো উন্নতি কৰিলে
పర్యాయపదాలు : অপ্রচুৰ, অপ্রতুল, অলপ, অল্প, আংশিক, কম, কিছু, ন্যূন, লেশ
ఆప్ స్థాపించండి