సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি
ఉదాహరణ : সময় কাৰোবাবে ৰৈ নাথাকে
పర్యాయపదాలు : কাল, বেলা, সময়
అర్థం : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি
ఉదాహరణ : এই কামটো কৰিবৰ সময় হʼল
పర్యాయపదాలు : দাও, বেলা, সময়, সুচল, সুযোগ
అర్థం : কাল বা সময়ৰ সবাটোকৈ সৰু একক
ఉదాహరణ : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
పర్యాయపదాలు : নিমেষ, লহমা
అర్థం : অনিশ্চিত কম সময়
ఉదాహరణ : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম
పర్యాయపదాలు : খন্তেক, চেকেণ্ড, মিনিট
ఆప్ స్థాపించండి