అర్థం : কেৱল মন আহ্লাদিত কৰিবৰ কাৰণে কৰা কাম
ఉదాహరణ :
লʼৰা-ছোৱালীবোৰে পানীত খেলি আছে
పర్యాయపదాలు : আমোদ-প্রমোদ, খেল
అర్థం : মনত আনন্দ লগাবলৈ বা ব্যায়াম আদিৰ কাৰণে কুচ-কাৱাজ, দৌৰা-ঢপৰা আদি বিভিন্ন মনোৰঞ্জক কার্য
ఉదాహరణ :
খেলত জয়-পৰাজয় থাকেই
పర్యాయపదాలు : খেল, খেল-ধেমালি