అర్థం : এটা এটা কৰি বা ক্রমেৰে
ఉదాహరణ :
সকলো শিশুকে ক্রমানুসৰি পলিঅʼ দৰব খুওৱা হʼল
పర్యాయపదాలు : অনুক্রমিকভাৱে, আনুপূর্বিকভাৱে, ক্রম অনুসৰি, ক্রমশঃ, ক্রমাগতভাৱে, ক্রমানুসাৰে, ক্রমানুসৰি, ধাৰাবাহিকভাৱে, পর্যায়ক্রমে, পর্য্যায়ক্রমে, যথাক্রমে
అర్థం : যি ক্রম অনুসৰি আছে
ఉదాహరణ :
পৃথিৱীত জীৱৰ ক্রমাগত বিকাশ হৈছে
పర్యాయపదాలు : অনুক্রমিক, আনুপূর্বিক, ক্রমবদ্ধ, ক্রমাগত, ক্রমানুসাৰী, ক্রমিক
అర్థం : ক্রমান্বয়ে অহা বা হোৱা
ఉదాహరణ :
ক্রমাগত হাৰত সেনাৰ মনোবল ভাঙি গৈছে
పర్యాయపదాలు : অনুক্রমিক, আনুপূর্বিক, ক্রমাগত, ক্রমানুসৰি, ক্রমিক