పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কোৱা అనే పదం యొక్క అర్థం.

কোৱা   বিশেষ্য

అర్థం : কোৱা কথা

ఉదాహరణ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

పర్యాయపదాలు : উক্তি, কথন, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

কোৱা   ক্ৰিয়া

అర్థం : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা

ఉదాహరణ : তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে

పర్యాయపదాలు : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া

అర్థం : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য

ఉదాహరణ : মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে

పర్యాయపదాలు : বুজোৱা

అర్థం : স্থিৰ কৰা

ఉదాహరణ : তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল

అర్థం : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

ఉదాహరణ : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

పర్యాయపదాలు : লোৱা

అర్థం : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া

ఉదాహరణ : তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে

పర్యాయపదాలు : জনোৱা

అర్థం : ভাল-বেয়া কোৱা

ఉదాహరణ : মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে

పర్యాయపదాలు : শুনোৱা

అర్థం : কোনো কথা কোৱাত প্রবৃত্ত কৰা

ఉదాహరణ : শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে

పర్యాయపదాలు : আওৰোৱা

అర్థం : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা

ఉదాహరణ : সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে

పర్యాయపదాలు : উচ্চাৰণ কৰা

అర్థం : কিবা কৈ বাধক হোৱা

ఉదాహరణ : আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়

అర్థం : নামেৰে জনা

ఉదాహరణ : মানুহে গান্ধীজীক বাপু বুলিও কয়

పర్యాయపదాలు : মতা

అర్థం : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া

ఉదాహరణ : পইচাই কথা কয়

అర్థం : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া

ఉదాహరణ : আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে

అర్థం : মৌখিক ্বর্ণ্্না কৰা কার্য

ఉదాహరణ : তেওঁ নিজৰ ৰাম কাহিনী শুনালে

పర్యాయపదాలు : শুনোৱা

అర్థం : কিবা কৰিবলৈ আদেশ দিয়া

ఉదాహరణ : গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে

పర్యాయపదాలు : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া

అర్థం : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা

ఉదాహరణ : তেওঁ কʼলে যে ৰহিম আজি নাহে

అర్థం : মুখেৰে (কোনো কথা বা ৰায় আদি) ব্যক্ত কৰা

ఉదాహరణ : আপোনাৰ যি কʼব লগা আছে, মোক কওক শিশুটোৱে ৰাম-ৰাম বুলিছে ককা-দেউতাই কিবা কৈ আছে

పర్యాయపదాలు : বেকত কৰা, বোলা

అర్థం : অভিহিত কৰা

ఉదాహరణ : বেণাৰসক কাশী বুলিও কোৱা হয়

పర్యాయపదాలు : অভিহিত কৰা

কোৱা   বিশেষণ

అర్థం : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে

ఉదాహరణ : বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে