అర్థం : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
ఉదాహరణ :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
పర్యాయపదాలు : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া
అర్థం : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
ఉదాహరణ :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
పర్యాయపదాలు : বুজোৱা
అర్థం : স্থিৰ কৰা
ఉదాహరణ :
তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল
అర్థం : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
ఉదాహరణ :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
పర్యాయపదాలు : লোৱা
అర్థం : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া
ఉదాహరణ :
তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে
పర్యాయపదాలు : জনোৱা
అర్థం : কোনো কথা কোৱাত প্রবৃত্ত কৰা
ఉదాహరణ :
শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে
పర్యాయపదాలు : আওৰোৱা
అర్థం : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা
ఉదాహరణ :
সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে
పర్యాయపదాలు : উচ্চাৰণ কৰা
అర్థం : কিবা কৈ বাধক হোৱা
ఉదాహరణ :
আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়
అర్థం : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া
ఉదాహరణ :
পইচাই কথা কয়
అర్థం : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া
ఉదాహరణ :
আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে
అర్థం : কিবা কৰিবলৈ আদেশ দিয়া
ఉదాహరణ :
গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে
పర్యాయపదాలు : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া
అర్థం : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা
ఉదాహరణ :
তেওঁ কʼলে যে ৰহিম আজি নাহে
అర్థం : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে
ఉదాహరణ :
বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে