పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কোষ అనే పదం యొక్క అర్థం.

কোষ   বিশেষ্য

అర్థం : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

ఉదాహరణ : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

పర్యాయపదాలు : কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ

అర్థం : ক্রম অনুসৰি শ্্ব্দৰ অর্থ আৰু পৰিচয় থকা গ্রন্থ

ఉదాహరణ : আজিও হিন্দী ভাষাত এখন ভাল অভিধানৰ অভাৱ

పర్యాయపదాలు : অভিধান, কোষগ্রন্থ, শ্্ব্দকোষ, শ্্ব্দার্থকোষ, শ্্ব্দার্থগ্রন্থ

అర్థం : বহুত ধন থকা কোষ বা স্থান

ఉదాహరణ : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

పర్యాయపదాలు : কোষাগাৰ, খাজানা, ভাণ্ডাৰ

అర్థం : সকলো প্রাণীৰ মূল গঠনাত্মক তথা কার্যাত্মক একক যাৰ দ্বাৰা প্রাণীসমূহৰ নি্র্মাণ হৈছে

ఉదాహరణ : অনুবীক্ষণেৰে চালে কোষ এক কক্ষৰ ৰূপত দেখা যায়

పర్యాయపదాలు : জীৱৰ একক

అర్థం : সঞ্চিত ধন, জ্ঞান আদি

ఉదాహరణ : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

పర్యాయపదాలు : খাজানা, নিধি, ভাণ্ডাৰ

అర్థం : উদ্ভিদ বা জীৱদেহৰ ক্ষুদ্রতম অংশ বিশেষ

ఉదాహరణ : মানৱ শৰীৰত ভালেমান প্রকাৰৰ কোষ পোৱা যায়