పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কোমলতা అనే పదం యొక్క అర్థం.

কোমলতা   বিশেষ্য

అర్థం : বিনয়ৰ ভাবত কৰা ব্যৱহাৰ

ఉదాహరణ : বিষয়াজনে নম্রতা দেখুৱালে আৰু আমাৰ কথা মনোযোগেৰে শুনিলে

పర్యాయపదాలు : নম্রতা, বিনম্রতা

అర్థం : নিমজ বা কোমল হোৱা কার্য

ఉదాహరణ : ইমান ঘঁ্হাৰ পিছতো বাচনটোত লাগি থকা তেলৰ কোমলতাবোৰ নগʼল

పర్యాయపదాలు : মসৃণতা, মেদুৰতা, স্নিগ্ধতা

అర్థం : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ

ఉదాహరణ : সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে

పర్యాయపదాలు : অদৃঢ়তা, অপৰিপক্কতা

అర్థం : কোমল হোৱা অৱস্থা বা ভাব

ఉదాహరణ : ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে

అర్థం : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব

ఉదాహరణ : ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল