అర్థం : কোনো বস্তুৰ ওপৰত পৰি থকা ধূলি আদি ্আঁতৰোৱাৰ কাৰণে বস্তুটো ওপৰলৈ উঠাই জোকাৰি দিয়া
ఉదాహరణ :
তেওঁ বিচনাখন কোবাই আছে
పర్యాయపదాలు : কোবাই থকা
అర్థం : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
ఉదాహరణ :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
పర్యాయపదాలు : ধুলাই দিয়া, পিটন দিয়া, পিটা, প্রহাৰ কৰা, মৰা