సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ঘোঁৰা আৰু সিংহ আদিৰ ডিঙি অংশৰ চুলি
ఉదాహరణ : কেশৰে সিংহৰ সৌন্দর্য বর্ধন কৰে
అర్థం : শীতপ্রধান দেশত হোৱা এবিধ সুগন্ধি ফুলৰ ঠাৰি
ఉదాహరణ : মই কেশৰ দিয়া আইচক্রীম খাই বৰ ভাল পাওঁ
పర్యాయపదాలు : কুমকুম, কেসৰ, জাফৰান
అర్థం : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়
ఉదాహరణ : কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়
పర్యాయపదాలు : কেসৰ
ఆప్ స్థాపించండి