సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভাল-বেয়া নভবাকৈ মুখত যি আহে তাকে কোৱা
ఉదాహరణ : ইয়াত চেলবেলাই নাথাকিবা
పర్యాయపదాలు : কেল্-কেলনি, চেলবেলনি, বক্-বকনি
అర్థం : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ
ఉదాహరణ : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে
పర్యాయపదాలు : কিৰিলি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, গণ্ডগোল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হুলস্থূল, হৈ-চৈ
ఆప్ స్థాపించండి