అర్థం : যাক তাপ দি সিজোৱা হোৱা নাই
ఉదాహరణ :
কিছুমান কেঁ্চা পাচলি চালাদ হিচাপে খোৱা হয়
అర్థం : যাৰ তৈয়াৰ হʼবলৈ বাকী আছে বা যাক তৈয়াৰ কৰিবলৈ কিছুমান প্রক্রিয়া কৰিব লাগে
ఉదాహరణ :
বেছিভাগ কোম্পানীয়ে কেঁ্চা সামগ্রী আমদানি কৰে
అర్థం : যিটো জুইত সিজোৱাৰ পিছতো ভালদৰে সিজা নাই
ఉదాహరణ :
আজি লৰালৰিত ভাজিখন ্কেঁ্চা হৈয়ে থাকিলে
పర్యాయపదాలు : আধাসিজা