అర్థం : শ্বেতাংগসকলে গণ্য কৰা আফ্রিকা, এছিয়া আদি দেশৰ ব্যক্তি
ఉదాహరణ :
এই কৃষ্ণাংগসকলৰ ওপৰত কিমানদিনলৈনো অত্যাচাৰ চলিব !
పర్యాయపదాలు : কৃষ্ণাঙ্গ
అర్థం : যিটো অত্যধিক বা বহুত কʼলা
ఉదాహరణ :
কʼলা-মʼলা মানুহ দেখিলে শিশুৱে ভয় খায়
పర్యాయపదాలు : কʼলা-মʼলা, কৃষ্ণ বর্ণ, কেতু-কʼলা