అర్థం : অতি ্অর্থলোভী ব্যক্তি
ఉదాహరణ :
আপুনি হিচাপত ইমান কৃপণালি কৰিলে আপোনাকো কৰাইচ ব্যক্তিৰ শাৰীত মানুহে ধৰিবলৈ লʼব
పర్యాయపదాలు : কৰাইচ
అర్థం : কৃপণালি কৰোতা ব্যক্তি
ఉదాహరణ :
ৰমেশ বহুত ডাঙৰ কৃপণ কৃপণৰ ধননো কি কামত আহে !
పర్యాయపదాలు : কৰাইচ
అర్థం : যিজন বেছি খৰচ নকৰে
ఉదాహరణ :
শেঠ ধনীৰাম কৃপণ লোক, তেওঁ এক ্ পইচাও খৰচ কৰিব নিবিচাৰে
అర్థం : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ
ఉదాహరణ :
పర్యాయపదాలు : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৰাইচ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বখিল, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, যখ, হাতে শুকোৱা