అర్థం : শৰীৰৰ নিম্নাংশ বগা ৰঙৰ এবিধ জলচৰ চৰাই
ఉదాహరణ :
কুৰুৱা চৰাইটোৱে মাছটোক হাতোৰাৰে খামুচি উৰা মাৰিলে
అర్థం : পূবৰ পৰা বৈ অহা বতাহ
ఉదాహరణ :
বাগিছাত যুৱক দম্পত্তিয়ে কুৰুৱা বতাহৰ আনন্দ লৈ আছে
పర్యాయపదాలు : কুৰুৱা বতাহ