పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কুহক అనే పదం యొక్క అర్థం.

কুহক   বিশেষ্য

అర్థం : বিশেষকৈ কুলি, ময়ূৰ আৰু মুর্গী আদি পক্ষীয়ে মতা মধুৰ কুজন ধ্বনি

ఉదాహరణ : বসন্ত ঋতু অহাৰ লগে লগে কুলিৰ কুহক শুনিবলৈ পোৱা যায়

అర్థం : কাৰোবাৰ অহিত চিন্তা কৰিবলৈ বা দেৱ-দেৱীৰ বাধা দূৰ কৰিবলৈ প্রয়োগ কৰা কোনো অলৌকিক শক্তি বা ভূত-প্রেত বিশ্বাস কৰি কৰা কাম

ఉదాహరణ : আজিৰ বিজ্ঞানীয়ে যাদু-মন্ত্রৰ ওপৰত বিশ্বাক নকৰে

పర్యాయపదాలు : ইন্দ্রজালবিদ্যা, কুহকবিদ্যা, টাটক-নাটক, তন্ত্র-মন্ত্র, ভেলেকী, ভেলেকীবাজী, মায়া, যাদু, যাদু-মন্ত্র, যাদুবিদ্যা