సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কাম আদিত প্রবীণ বা দক্ষ হোৱা ভাব
ఉదాహరణ : ক্রিকেটত শচীনৰ নিপুণতা জগত বিখ্যাত
పర్యాయపదాలు : দক্ষতা, নিপুণতা, পটুতা, প্রবীণতা, বিচক্ষণতা
అర్థం : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
ఉదాహరణ : চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
పర్యాయపదాలు : দক্ষতা
ఆప్ స్థాపించండి