సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কুশল হোৱাৰ অৱস্থা বা ভাৱ
ఉదాహరణ : সকলোৰে মংগল ভগৱানৰ হাতত আছে
పర్యాయపదాలు : কল্যাণ, মংগল
అర్థం : সুখী আৰু সুস্থভাৱে থকা অৱস্থা
ఉదాహరణ : ঘৰত সকলো কুশলে আছে
అర్థం : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
ఉదాహరణ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
పర్యాయపదాలు : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
ఆప్ స్థాపించండి