అర్థం : বেয়া লক্ষণ বা চিন
ఉదాహరణ :
ঘৰৰ পৰা ওলোৱা সময়ত কোনোবাই হাচিওৱা অশুভ লক্ষণ বুলি ধৰা হয়
పర్యాయపదాలు : অশুভ লক্ষণ
అర్థం : অশুভ বা বেয়া লক্ষণ
ఉదాహరణ :
কʼৰবালৈ যাবৰ সময়ত মেকুৰীয়ে ৰাস্তা কটা কুলক্ষণ বুলি মনা হয়