పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কুমাৰী అనే పదం యొక్క అర్థం.

কুমাৰী   বিশেষ্য

అర్థం : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই

ఉదాహరణ : বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি

పర్యాయపదాలు : অক্ষতযোনি নাৰী, কন্যা

అర్థం : অবিবাহিত স্ত্রীৰ নামৰ আগত লগোৱা এক সম্বোধন

ఉదాహరణ : কুমাৰী প্রেমলতা আমাৰ শ্রেণীত পঢ়ে

అర్థం : যি গৰাকী মহিলাৰ বিবাহ হোৱা নাই

ఉదాహరణ : মাক-দেউতাকক অবিবাহিত মহিলাৰ বিয়াৰ চিন্তাই মনোকষ্ট দিয়ে

పర్యాయపదాలు : অবিবাহিত, অবিবাহিত মহিলা

అర్థం : যি স্ত্রী ৰজস্বলা হোৱা নাই

ఉదాహరణ : তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে

పర్యాయపదాలు : কুঁৱৰী

কুমাৰী   বিশেষণ

అర్థం : যাৰ কৌমার্য ভঙ্গ ্হোৱা নাই

ఉదాహరణ : নৱৰাত্রিত কুমাৰী ছোৱালীবোৰক ভোজন কৰোৱা হয়

అర్థం : যাৰ বিবাহ হোৱা নাই

ఉదాహరణ : প্রথমতে বিমান পৰিচাৰিকাৰ কাৰণে অবিবাহিতা মহিলাকহে নি্র্বাচিত কৰা হৈছিল

పర్యాయపదాలు : অপৰিণীতা, অবিবাহিতা