సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজনে মাটিৰ বাচন-বর্তন ্ তৈয়াৰ কৰে
ఉదాహరణ : মাটিক বিভিন্ন আকাৰ দিয়াত কুমাৰসকল সিদ্ধহস্ত
పర్యాయపదాలు : কুম্ভকাৰ, কুলাল, হীৰা
అర్థం : মতা সন্তান:কৃষ্ণ বাসুদেৱৰ লʼৰা আছিল
ఉదాహరణ :
పర్యాయపదాలు : আপা, কিশোৰ, কোঁৱৰ, চোকোৰা, তনয়, দায়াদ, নন্দন, পুতাই, পুত্র, পো, বাচ্চা, বালক, লʼৰা
అర్థం : যাৰ বিবাহ হোৱা নাই
ఉదాహరణ : অবিবাহিত পুৰুষহে এই পদটোৰ প্রার্থী হʼব পাৰিব
పర్యాయపదాలు : অবিবাহিত
ఆప్ స్థాపించండి