అర్థం : পিছফালে বা সোঁ আৰু বাঁওফালে পৰা শিৰৰ দীঘল চুলি
ఉదాహరణ :
তেওঁৰ কেশগুচ্ছৰে আৱৰি ৰখা চেহেৰাটো মই ধৰিবই পৰা নাছিলোঁ
పర్యాయపదాలు : কেশগুচ্ছ, চুলিৰ কোছা, সতিনী চুলি
అర్థం : দীপকৰ চতুর্থ পুত্র হিচাপে গণ্য কৰা এক প্রকাৰৰ সম্পূর্ণ ্ৰাগ
ఉదాహరణ :
কুন্তল ৰাগ গ্রীষ্মঋতুৰ দুপৰীয়া সময়ত গোৱা হয়
పర్యాయపదాలు : কুন্তল ৰাগ