సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শুকান ঘাঁহ আদিৰ টুকুৰা
ఉదాహరణ : চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
పర్యాయపదాలు : খেৰ-কুটা
అర్థం : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
ఉదాహరణ : মোৰ চকুত কুটা সোমাইছে
అర్థం : খুন্দা বা কুটাৰ কার্য
ఉదాహరణ : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
పర్యాయపదాలు : খুন্দা, বনা
అర్థం : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
ఉదాహరణ : মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
పర్యాయపదాలు : কুটি থকা
అర్థం : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
ఉదాహరణ : উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
పర్యాయపదాలు : কুটি খোৱা
అర్థం : কুটি থোৱা
ఉదాహరణ : কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি
ఆప్ స్థాపించండి