అర్థం : ৰাতি দেখা নোপোৱা এবিধ ৰোগ
ఉదాహరణ :
ভিটামিন 'এ'ৰ অভাৱত কুকুৰীকণা হয়
అర్థం : যিজন ব্যক্তিয়ে ৰাতি দেখা নাপায়
ఉదాహరణ :
কুকুৰীকণাজনে খুটাটোত খুন্দা খালে
పర్యాయపదాలు : নিশান্ধ
అర్థం : ৰাতি দেখা নোপোৱা এক ধৰণৰ অৱস্থা
ఉదాహరణ :
ৰশ্মিতাই কুকুৰীকণা ৰোগত ভুগি আছে
పర్యాయపదాలు : নিশান্ধতা