సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবাৰ মহত্ত্বপূর্ণ উপল্্ব্ধি
ఉదాహరణ : আলেকজেণ্ডাৰক তেওঁৰ কৃতিত্বৰ বাবে জনা যায়
పర్యాయపదాలు : কৃতিত্ব, মহৎ কার্য
అర్థం : খ্যাত হোৱা অৱস্থা বা ভাব
ఉదాహరణ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
పర్యాయపదాలు : খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
అర్థం : কোনো মহত্ত্বপূর্ণ উপলব্ধিৰ বিৱৰণ
ఉదాహరణ : শৈশৱত আমি চিন্দাবাদৰ কৃর্তিত্ব পঢ়িছিলো
పర్యాయపదాలు : কৃতকর্ম, কৃর্তিত্ব
ఆప్ స్థాపించండి