సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এঘাৰৰ পৰা পোন্ধৰ বছৰ বয়সৰ ভিতৰৰ লʼৰা
ఉదాహరణ : অশ্লীল সাহিত্য আৰু প্রাপ্তবয়স্কৰ কথাছবিয়ে কিশোৰসকলক বিপথে পৰিচালিত কৰিছে
అర్థం : মতা সন্তান:কৃষ্ণ বাসুদেৱৰ লʼৰা আছিল
ఉదాహరణ :
పర్యాయపదాలు : আপা, কুমাৰ, কোঁৱৰ, চোকোৰা, তনয়, দায়াদ, নন্দন, পুতাই, পুত্র, পো, বাচ্চা, বালক, লʼৰা
ఆప్ స్థాపించండి