సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
ఉదాహరణ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
పర్యాయపదాలు : অর্থ, কাৰণ, নিমিত্ত, মূল, হেতু
అర్థం : ব্যাকৰণত সংজ্ঞা বা স্্র্ব্্নামৰ যি অৱস্থাৰ দ্বাৰা কোনো বাক্যত তাৰ ক্রিয়াৰ লগত সম্বন্ধ নির্ণয় কৰে
ఉదాహరణ : হিন্দীত আঠ প্রকাৰৰ কাৰক আছে
అర్థం : যিটো কৰিবলগীয়া
ఉదాహరణ : ভগৱানেই সকলো কামৰ কর্তা, আমি মাথোঁ নিমিত্ত
పర్యాయపదాలు : কর্তা, কৰোঁতা, সংঘটক
అర్థం : কোনো কাম কৰোতা
ఉదాహరణ : আপোনাৰ হিতৰ কাৰক গ্রহ মংগল
ఆప్ స్థాపించండి