పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কাশ্মীৰী అనే పదం యొక్క అర్థం.

কাশ্মীৰী   বিশেষ্য

అర్థం : কাশ্মীৰ ৰাজ্যৰ ভাষা

ఉదాహరణ : তেওঁ ্কাশ্মীৰী কʼব পাৰে

పర్యాయపదాలు : কাশ্মীৰী ভাষা

అర్థం : কাশ্মীৰ ৰাজ্যৰ নিবাসী

ఉదాహరణ : আজিৰ প্রতিজন কাশ্মীৰীয়েই সন্ত্রাসবাদৰ আতংকময় পৰিৱেশত জীৱন নি্র্বাহ কৰি আছে

పర్యాయపదాలు : কাশ্মীৰ বাসী

কাশ্মীৰী   বিশেষণ

అర్థం : কাশ্মীৰী ভাষাৰ সৈতে সম্বন্ধ থকা

ఉదాహరణ : তেওঁ ্কাশ্মীৰী সাহিত্যৰ অধ্যয়ন কৰি আছে

అర్థం : কাশ্মীৰত থকা বা বসতি কৰা

ఉదాహరణ : কাশ্মীৰী জনতা সন্ত্রাসবাদীৰ সন্ত্রাসৰ দ্বাৰা পীড়িত হৈ আছে

అర్థం : যিটো কাশ্মীৰৰ সৈতে সম্পর্কযুক্ত বা কাশ্মীৰৰ

ఉదాహరణ : তেওঁৰ মূৰত কাশ্মীৰী টুপি সুশোভিত আছিল