సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
ఉదాహరణ : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
పర్యాయపదాలు : অপযশ, কলংক, দাগ, লাঞ্ছনা
అర్థం : ধোঁৱা জমা হৈ হৈ হোৱা কʼলা অংশ
ఉదాహరణ : বেৰত লগা এলান্ধুবোৰ চাফা কৰা
పర్యాయపదాలు : আলান্ধু, এলান্ধু, কʼলা-ছাই
అర్థం : কʼলা হোৱা অৱস্থা
ఉదాహరణ : আজিকালি চেহেৰাৰ কʼলা পৰা আঁতৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ প্রসাধন ওলাইছে
పర్యాయపదాలు : কʼলা পৰা
ఆప్ స్థాపించండి