పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কালি అనే పదం యొక్క అర్థం.

কালি   বিশেষ্য

అర్థం : পাৰ হৈ যোৱা কাল বা সময়

ఉదాహరణ : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়

పర్యాయపదాలు : অতীত, অতীত কাল, অতীতকাল, আগৰ সময়, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল

అర్థం : আজিৰ পূর্বৰ দিনটো

ఉదాహరణ : এই প্রবন্ধটো যোৱাকালিৰ বাতৰি-কাকতত প্রকাশ হৈছিল

పర్యాయపదాలు : যোৱাকালি

అర్థం : কাগজ আৰু কাপোৰ আদিত লিখিবলৈ অথবা ছাপ দিবলৈ ব্যৱহাৰ কৰা কʼলা আৰু ৰঙীন তৰল, গাঢ় পদার্থ

ఉదాహరణ : মোৰ এটা ৰঙা চিয়াঁহীৰ কলম আছে

పర్యాయపదాలు : চিয়াঁহী, মহী

কালি   ক্ৰিয়া বিশেষণ

అర్థం : আজিৰ এদিন আগৰ দিন

ఉదాహరణ : মই কালি ইয়াত নাছিলো