సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অন্য যুগ আৰু কালৰ
ఉదాహరణ : আমি যুগান্তৰ ধৰি চলি অহা অন্ধবিশ্বাসবোৰক আঁতৰোৱা উচিত
పర్యాయపదాలు : যুগান্তৰ
అర్థం : বহু যুগৰ পিচত প্রকৃতিৰ বুকুত সংসাৰ লয় হোৱা কার্য যʼৰ ্ পৰা পুনৰ সৃষ্টি আৰম্ভ হয়
ఉదాహరణ : সকলো ধর্মতে এইটো বিশ্বাস কৰা হয় যে প্রলয়ে এই সংসাৰৰ অন্ত পেলায়
పర్యాయపదాలు : কল্পান্ত, কালাগ্নি, কালানল, কেয়ামত, তাণ্ডৱ, প্রলয়, প্রলয়াগ্নি, বিপ্্র্যয়, মহাপ্রলয়, সংৱর্ত্ত
ఆప్ స్థాపించండి