పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কাল అనే పదం యొక్క అర్థం.

কাল   বিশেষ্য

అర్థం : শৰীৰৰ পৰা প্রাণবায়ু ওলাই যোৱা কার্য

ఉదాహరణ : জন্মিলে মৃত্যু হʼবই

పర్యాయపదాలు : আয়ুপাত, আয়ুশেষ, আয়ুস ওকলা-, ইহলোক ত্যাগ কৰা-, কালগ্রাম, চকু মুদা-, চকুৰ আঁৰ্ হোৱা-, জীৱন পতন, জীৱন পাত কৰা-, ঢুকুৱা-, তিৰোধান, তিৰোভাৱ, দেহাৱসান, ধাতু উৰা-, নাম লুকোৱা-, প্রাণ পখী উৰি যোৱা-, প্রাণ-নাশ, প্রাণত্যাগ, প্রয়াণ, পয়াণ, পৰলোক হোৱা-, বিয়োগ হোৱা-, বৈকুণ্ঠ পয়াণ, মহাপ্রস্থান, মহাপ্রয়াণ, মহাযাত্রা, মৃত্যু, মোক্ষ লাভ, মৰণ, মৰা-, লোকান্তৰ, লোকান্তৰ হোৱা-, হানি হোৱা-

అర్థం : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ఉదాహరణ : সময় কাৰোবাবে ৰৈ নাথাকে

పర్యాయపదాలు : ক্ষণ, বেলা, সময়

అర్థం : (ব্যাকৰণত) কার্য ্সম্পাদন কৰা বা হোৱাৰ সময়

ఉదాహరణ : কাল প্রধানকৈ তিনি প্রকাৰৰ

అర్థం : অন্তিম নিশ্বাস লোৱা বা মৰাৰ সময়

ఉదాహరణ : তেওঁৰ মৃত্যু অতি ওচৰত

పర్యాయపదాలు : মৃত্যু, মৰণ কাল

అర్థం : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

ఉదాహరణ : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

పర్యాయపదాలు : দিন, যুগ

అర్థం : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

ఉదాహరణ : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

పర్యాయపదాలు : যুগ, সময়