సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আনৰ কাম-কাজ কৰি পেট প্রৱর্তোৱা লোক
ఉదాహరణ : শ্রমিকসকলে সুৰঙ্গ খন্দা কাম কৰি আছে
పర్యాయపదాలు : কাম কৰা মানুহ, বনুৱা, মজদুৰ, মজুৰ, শ্রমজীৱি, শ্রমিক, শ্রমোপজীৱি
అర్థం : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
ఉదాహరణ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
పర్యాయపదాలు : অনুচৰ, আলধৰা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক
ఆప్ స్థాపించండి