పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কাম అనే పదం యొక్క అర్థం.

কাম   বিশেষ্য

అర్థం : ইন্দ্রিয়সমূহৰ নিজ নিজ বাসনাৰ প্রতি আসক্তি

ఉదాహరణ : কাম, ক্রোধ, লোভ, মোহ আদি মানুহৰ শত্রু

అర్థం : সহবাস বা মৈথুনৰ ইচ্ছা

ఉదాహరణ : ব্রহ্মচাৰীয়ে কাম-বাসনাৰ ওপৰত জয়লাভ কৰিহে নিজৰ ব্রত পালন কৰে

పర్యాయపదాలు : কাম-বাসনা, কামুকতা

అర్థం : যিটো কৰা যাব

ఉదాహరణ : তেওঁ ্সদায় ভাল কামেই কৰে

పర్యాయపదాలు : কর্ম, কার্য, কৃত্য, কৰম

అర్థం : কোনো ব্যক্তি বা বস্তুৰ পৰিশ্রম, কার্য-্কলাপ আদিৰ দ্বাৰা নির্মিত হোৱা বা অস্তিত্বলৈ অহা উৎপাদন

ఉదాహరణ : আপোনাৰ কাম বৰ ধুনীয়া মই আপোনাক মোৰ সকলোতকৈ ভাল কাম দেখুৱাই আছো