పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কাপ అనే పదం యొక్క అర్థం.

কাপ   বিশেষ্য

అర్థం : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়

ఉదాహరణ : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল

పర్యాయపదాలు : কলম

అర్థం : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ

ఉదాహరణ : তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে

అర్థం : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ

ఉదాహరణ : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে

పర్యాయపదాలు : কলম, নিজৰি কাপ, পেন, লেখনী

అర్థం : জয়লাভৰ উপলক্ষে দিয়া বস্তু বিশেষ

ఉదాహరణ : এই কাপটো মই দৌৰ প্রতিযোগিতাত পাইছোঁ

పర్యాయపదాలు : ট্রফী

అర్థం : চাহ বাকি খাবলৈ ধাতু, মাটি আদিৰে সজা এবিধ সৰু বাচন

ఉదాహరణ : কাপটো হাতৰ পৰা পৰি ভাগিল

పర్యాయపదాలు : চষক, পান-পাত্র, পিয়লা, বাটি