సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : অনাহকত তর্ক কৰি থকা ব্যক্তি
ఉదాహరణ : কাজিয়াখোৰ ব্যক্তিৰ সৈতে কথা পতা উচিত নহয়
పర్యాయపదాలు : কুতৰ্কী, বিতণ্ডাবাদী
అర్థం : যি সম্বন্ধত কাজিয়া বা গণ্ডগোল হʼব পাৰে
ఉదాహరణ : মই কোনো কন্দলীয়া বিষয়ত সোমাব নিবিচাৰোঁ
పర్యాయపదాలు : কন্দলীয়া, দন্দখোৰ
అర్థం : সমানে সমানে কাজিয়া কৰোঁতা
ఉదాహరణ : কাজিয়াখোৰ মানুহৰ পৰা আঁতৰি থকাই ভাল
పర్యాయపదాలు : কলহপ্রিয়, ্কর্কশ
అర్థం : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
ఉదాహరణ : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
పర్యాయపదాలు : উগ্রা, দন্দুৰী
ఆప్ స్థాపించండి