అర్థం : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
ఉదాహరణ :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
పర్యాయపదాలు : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
అర్థం : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
ఉదాహరణ :
ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে