పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কলুষিত అనే పదం యొక్క అర్థం.

কলুষিত   বিশেষণ

అర్థం : যিয়ে লাঞ্ছনা পাইছে বা যাৰ কলংক লাগিছে

ఉదాహరణ : মোহন এজন ব্যক্তি

పర్యాయపదాలు : কলংকিত, দাগী, লাঞ্ছিত

అర్థం : যি ্ ধর্মানুসৰি পবিত্র নহয়

ఉదాహరణ : হিন্দুসকলে বিশ্বাস কৰে যে কোনো অপবিত্র স্থানত গংগাজল চটিয়াই দিলে সেই ঠাই পবিত্র হৈ যায়

పర్యాయపదాలు : অপবিত্র, অপুণ্য, অপৱিত্র, অশুচি, অশুদ্ধ, দুষিত

అర్థం : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়

ఉదాహరణ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে

పర్యాయపదాలు : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা