పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কলা అనే పదం యొక్క అర్థం.

কলা   বিশেষ্য

అర్థం : কোনো কাম ভালকৈ কৰাৰ কৌশল, বিশেষকৈ এনেকুৱা কাম যাক সম্পাদন কৰিবলৈ জ্ঞানৰ উপৰি কৌশল আৰু অভ্যাসৰ আৱশ্যক হয়

ఉదాహరణ : তেওঁৰ ্ কলাৰ শ্রেষ্ঠতা সকলোৱে মানে

పర్యాయపదాలు : আর্ট

అర్థం : কলা-সম্বন্ধীয় সেই ্কর্ম ্যাৰ সম্পাদনৰ কাৰণে জ্ঞানৰ উপৰিও অতিৰিক্ত কৌশল আৰু অভ্যাসৰ আৱশ্যকতাৰ প্রয়োজন

ఉదాహరణ : কলা সকলোৰে সাধ্যৰ ভিতৰত নহয়

పర్యాయపదాలు : কলাকর্ম, শিল্প, শিল্প-্কর্ম, শিল্প্কর্ম, ্কলা-কর্ম

কলা   বিশেষণ

అర్థం : যিজনে শুনা নাপায়

ఉదాహరణ : প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে

పర్యాయపదాలు : কাণ গধুৰ, বধিৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত