సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
ఉదాహరణ : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
పర్యాయపదాలు : কাপ
అర్థం : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ
ఉదాహరణ : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে
పర్యాయపదాలు : কাপ, নিজৰি কাপ, পেন, লেখনী
అర్థం : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
ఉదాహరణ : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
పర్యాయపదాలు : লেখনি
ఆప్ స్థాపించండి