సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজনে সাম্যবাদ মানি চলে
ఉదాహరణ : সাম্যবাদীসকলে সমাজক এক নতুন দিশ দিবলৈ প্রয়াস কৰিলে
పర్యాయపదాలు : সাম্যবাদী
అర్థం : সাম্যবাদ মানোতা
ఉదాహరణ : আজিও সমাজত সাম্যবাদী ব্যক্তিৰ অভাব নাই
అర్థం : সাম্যবাদৰ বা সাম্যবাদ সম্বন্ধী
ఉదాహరణ : কেইবাজনো ডাঙৰ ডাঙৰ নেতা সাম্যবাদী বিচাৰধাৰাৰ দ্বাৰা প্রভাবিত হʼল
ఆప్ స్థాపించండి