పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কমল అనే పదం యొక్క అర్థం.

কমল   বিশেষ্য

అర్థం : সুন্দৰ ফুলৰ কাৰণে প্রসিদ্ধ পানীত উৎপন্ন হোৱা এবিধ উদ্ভিদ

ఉదాహరణ : লʼৰা-ছোৱালীবোৰে খেলা কৰি কৰি সৰোবৰৰ পদুমবোৰ উঘালি আছে

పర్యాయపదాలు : অব্জ, অম্বুজ, অম্ভোজ, অৰবিন্দ, ইন্দিবৰ, উৎপল, কমলিনী, কহ্লাৰ, কুবলয়, কুমুদ, কুমুদী, কুৱলয়, কৈৰব, নলিন, নলিনী, নীৰজ, পংকজ, পঙ্কজ, পদুম, পদ্ম, পদ্মিনী, পুণ্ডৰীক, পুষ্কৰ, শতদল, সলিলজ, সৰসিজ, সৰোজ, সৰোৰুহ, ্শ্রীপর্ণ, ৰাজীৱ

అర్థం : পানীত হোৱা এবিধ ধুনীয়া ফুল

ఉదాహరణ : সৰোবৰত বহুতো পদুম ফুলি আছে

పర్యాయపదాలు : অব্জ, অম্বুজ, অম্ভোজ, অৰবিন্দ, ইন্দিবৰ, উৎপল, কহ্লাৰ, কুবলয়, কুমুদ, কৈৰব, নলীন, পংকজ, পদুম, পদুম ফুল, পদ্ম, পুণ্ডৰীক, শতদল, শতপত্র, শ্রীপর্ণ, সলিলজ, সৰোজ, ৰাজীৱ