అర్థం : এবিধ উদ্ভিদৰ পৰা পোৱা বীজ যাক পিচি পেয় পদার্থ হিচাপে ব্যৱহাৰ কৰা হয়
ఉదాహరణ :
তেওঁ কফিগুটিখিনি তৎক্ষণাত পিচি কফি তৈয়াৰ কৰি আছে
అర్థం : এবিধ উদ্ভিদ যাৰ বীজ খুন্দি পেয় পদার্থ ্তৈয়াৰ কৰা হয়
ఉదాహరణ :
কফি এবিধ মজলীয়া আকাৰ উদ্ভিদ
పర్యాయపదాలు : কফি গছ
అర్థం : চাহৰ নিচিনা এবিধ পেয় দ্রব্য
ఉదాహరణ :
তেওঁ কফি খাই আছে
అర్థం : পেয় পদার্থ হিচাপে প্রস্তুত কৰা চাহপাতৰ দৰে এবিধ চূর্ণ
ఉదాహరణ :
তেওঁ ্দোকানৰ পৰা এশ গ্রাম কফি কিনিলে