పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి কপটতা అనే పదం యొక్క అర్థం.

কপটতা   বিশেষ্য

అర్థం : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম

ఉదాహరణ : তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে

పర్యాయపదాలు : কপট, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শঠতা, শাঠ্য

అర్థం : কুটিল হোৱা অৱস্থা বা ভাব

ఉదాహరణ : কুটিলতাৰ কাৰণে তেওঁক ্কোনেও পছন্দ নকৰে

పర్యాయపదాలు : কুটিলতা, শঠতা

అర్థం : পৰস্পৰৰ মাজত বেয়া ভাব ৰখা অৱস্থা বা ভাব

ఉదాహరణ : মনত ৰাখি থোৱা কপটতা উলিয়াই পেলোৱা

పర్యాయపదాలు : কটুতা, কপট, কপটা-কপটি, কপটালি, কাপট্য, কুটস্থালি, কুটিলতা, কুটিলালি